শেহতীয়া খবৰ
Home / আঞ্চলিক / পাকিস্তান মুৰ্দাবাদেৰে কালাপানীত উত্তাল প্ৰতিবাদ

পাকিস্তান মুৰ্দাবাদেৰে কালাপানীত উত্তাল প্ৰতিবাদ

ডিজিটেল সংবাদ, মানকাচৰ, ১৭ ফেব্ৰুৱাৰীঃ 

আজি দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ কালাপানীত জেষ্ঠ্য বিজেপি নেতা জাহানগীৰ আলম মণ্ডল, সমাজ কৰ্মী ৰানা সাহা আৰু কৃষ্ণ চন্দ্ৰ সাহাৰ নেতৃত্বত যোৱা ১৪ ফেব্ৰৱাৰীত জম্মুৰ পুলৱামাত সন্ত্ৰাসবাদীৰ আক্ৰমনত নিহত হোৱা ৪৪ জন বীৰ শ্বহীদ জোৱানৰ হত্যাৰ প্ৰতিবাদত এখন প্ৰতিবাদী সমদল উলিয়ায় ।  ভাৰত মাতা কি জয়, পাকিস্হান মূৰ্দাবাদ, হিন্দুস্হান জিন্দাবাদ,আদি শ্লোগানেৰে আকাশ কপাই তোলে । প্রতিবাদীসকলে হাতত বন্তি আৰু ত্রিৰংগা লৈ প্রতিবাদ সাব্যস্ত কৰে। পাকিস্হানৰ এনে গৃণনীয় কাৰ্যক কালাপানীৰ সচেতন মহলে ধিক্ক্কাৰ দিয়ে।আৰু ইয়াৰ বাবে চৰকাৰক অতি সোনকালে বিহিত ব্যৱস্হা লবলৈ অনুৰোধ জনায়।

Leave a Reply

Your email address will not be published. Required fields are marked *