শেহতীয়া খবৰ
Home / আঞ্চলিক / ২০১৯ত ধুবুৰীত আজমলক ৰুধিবলৈ বৰাকৰ পৰা আহি আছে কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদ

২০১৯ত ধুবুৰীত আজমলক ৰুধিবলৈ বৰাকৰ পৰা আহি আছে কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদ

ধুবুৰীৰ পৰা জহিৰল ইছলামৰ প্ৰতিবেদন, অসম লাইভঃ

আগন্তুক ২০১৯ত লোক নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ধুবুৰী লোক সভাৰ কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশি দিনক দিনে বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। জানিব পৰা মতে অমৃত বাদশা, ওৱাজেদ আলী চৌধুৰী, আলী আকবৰ মিঞা, গুল আকতাৰা বেগম, মহিবুল হক, মতিয়ৰ ৰহমান মণ্ডল আৰু গালিফ ইছলাম আদিয়ে মুৰত টঙালি বান্ধিছে যদিও আজমলক ৰুধিবলৈ বৰাকৰ পৰা আহি আছে কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদ ধুবুৰী লোকসভা সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশি হৈ। 

 

2 মন্তব্য

  1. It may get to improve muscle tone that creates jowls.
    So, how location all of your into position? Good knowledge can prevent
    through making a big big mistake. How can we promote health
    because of patients? https://918kiss.host/downloads

  2. It may get to improve muscle tone that creates jowls. So, how location all of
    your into position? Good knowledge can prevent through making a big big mistake.
    How can we promote health because of patients? https://918kiss.host/downloads

Leave a Reply

Your email address will not be published. Required fields are marked *