শেহতীয়া খবৰ
Home / সম্পাদকীয়

সম্পাদকীয়

ৰঙিয়াত ইউক্লিড গ্ৰুপ অফ ইনষ্টিটিউচনৰ পৱিত্র শিক্ষক দিৱস উদযাপন

বিশেষ প্ৰতিবেদন, ৰঙিয়া, ৫ছেপ্তেম্বৰঃ, অসম লাইভঃ   দেশৰ ভিন্ন প্রান্তৰ লগতে ৰঙিয়াত ইউক্লিড গ্ৰুপ অফ ইনষ্টিটিউচনৰ প্রাঙ্গণত পৱিত্র শিক্ষক দিৱস উদযাপন কৰা হয়। আজি ৰাতিপুৱা 10 বজাত ড’সৰ্বপল্লী ৰাধাকৃঞ্চণৰ প্রতিমুৰ্তিত মাল্যদান কৰে সভাত উপস্থিত থকা লোক সকলে । শিক্ষক দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন ধৰণৰ কাৰ্যসূচীৰো আয়োজন কৰা হয় উক্ত …

অধিক »

ৰঙিয়াত ইউক্লিড গ্ৰুপ অফ ইনষ্টিটিউচনচৰ নৱাগত আদৰণি সভা

 ৰঙিয়াৰ উল্লেখযোগ্য কনিষ্ঠ মহাবিদ্যালয় হিচাপে পৰিচিত ইউক্লিড গ্ৰুপ অফ ইনষ্টিটিউচনৰ আজি  নৱাগত আদৰণি সভা সম্পন্ন।  ৰঙিয়াৰ হৰদত্ত বিৰদত্ত ভৱনত অনুষ্ঠিত হোৱা এই সভাৰ আৰম্ভনিতে এক শ্ৰদ্ধাঞ্জলী অনুষ্ঠানৰ আয়োজন কৰা হয় । উল্লেখযোগ্য যে 2018 বৰ্ষত আত্মপ্ৰকাশ কৰা ইউক্লিড গ্ৰুপ অফ ইনষ্টিটিউচনৰ প্ৰথম বৰ্ষত চমকপ্ৰদ সফলতাৰে তিনিটা শাখাত প্ৰায় 250 জন …

অধিক »

তুমি চাগে ভাবিছা মই সলনি হৈছো !

কবিঃ মহিবুল হক মন্ডল  তুমি চাগে ভাবিছা মই সলনি হৈছো ! হয়তো তুমি ঠিকেই ভাবিছা ! জানা ! মই নহয় বহুত সলনি হৈছো সলনি হৈছে মোৰ আকাশ,মোৰ সাগৰ পিছে এতিয়া আৰু সেইবোৰৰ গভিৰতাৰ উমান নকৰো তুমি চোন জানাই মোৰ বেসুৰা গান বোৰেই এটা সময়ত তোমাৰ বাবে জগৎ শ্ৰেষ্ট সুৰ আছিল …

অধিক »

বেছৰকাৰী বিদ্যালয়ৰ শিক্ষকক চিকিৎসাৰ সাহায্য প্ৰাক্তন ছাত্ৰ ছাত্রীৰ

দৰঙৰ দেওমৰনৈ সমলাত জটিল ৰোগত আক্ৰান্ত বেছৰকাৰী বিদ্যালয়ৰ শিক্ষকক চিকিৎসাৰ সাহায্য আগবঢ়ালে প্ৰাক্তন ছাত্ৰ ছাত্রীয়ে মংগলদৈৰ পৰা নিৰঞ্জন শইকীয়া, অসম লাইভঃ  দৰং জিলাৰ দেওমৰনৈ সমীপৰ সমলা গাৱৰ এজন শিক্ষক জটিল ৰোগত আক্ৰান্ত্ৰ হোৱাত অমানিশা নামি আহিছে পৰিয়ালটিলৈ । পৰমেশ্বৰ কাকতি নামৰ লোকজনে ১৯৮৮ চনতে বৰেৰী মধ্য ইংৰাজী বিদ্যালয়ত শিক্ষক হিচাপে …

অধিক »