শেহতীয়া খবৰ
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

অৱশেষত পুলৱামা আক্ৰমণৰ গৰিহণা দিলে চীনে, নাই পাকিস্তানৰ প্ৰসংগ

নতুন দিল্লীঃ বৃহস্পতিবাৰে জম্মু আৰু কাশ্মীৰৰ পুলৱামাত পাকিস্তানৰ আশিসপুষ্ট জঈছ-ই-মহম্মদে কৰা সন্ত্ৰাসবাদী আক্ৰমণক আৱশেষত গৰিহণা দিলে চীনে৷ শুকুৰবাৰে চীনৰ বিদেশ মন্ত্ৰী ৱাঙ য়েই ভাৰতৰ বিদেশ মন্ত্ৰী সুষমা স্বৰাজলৈ এক শোক বাৰ্তা প্ৰেৰণ কৰে৷ এই শোক বাৰ্তাত চীনে পুলৱামাত নিহত ৪২ জন চি আৰ পি এফ জোৱানলৈ সমবেদনা জ্ঞাপন কৰে৷ বাৰ্তাটোৰ এয়াও …

অধিক »

পথ দুৰ্ঘটনাত পৰেশ বৰুৱাৰ মৃত্যু!

গুৱাহাটীঃ চীন-ম্যানমাৰ সীমান্তত এক পথ দুৰ্ঘটনাত আলফা (স্বাধীন)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱা নিহত হয়। এই কথা প্ৰকাশ কৰিছে ভাৰতীয় চোৰাংচোৱা সংস্থাসমূহে। চোৰাংচোৱা সংস্থাৰ তথ্য় প্ৰকাশ কৰি ‘লুকইষ্ট’ নামৰ নিউজ প’ৰ্টেলটোৱে জনোৱা মতে লাভ কৰা তথ্যৰ সত্যতা চোৰাংচোৱা সংস্থাসমূহে নিশ্চিত কৰিবলৈ চেষ্টা কৰি আছে। ভাৰতীয় চোৰাংচোৱাই ‘চিজিণ্ট’, অৰ্থাৎ ৰেডিঅ’ তৰংগৰ সংকেত বিশ্লেষণৰ জৰিয়তে এই তথ্য এসপ্তাহৰ আগতেই লাভ …

অধিক »

ৰঙিয়া জংচনত অবৈধ বিদেশী চিগাৰেটসহ দুই মণিপুৰী যুৱতীক আটক ৰঙিয়া ৰেল আৰক্ষীৰ

  ৰঙিয়াৰ পৰা ৰছিদুল আলম, অসম লাইভ 10 জুলাই: ৰঙিয়া জংচনত অবৈধ বিদেশী চিগাৰেটসহ দুই মণিপুৰী যুৱতীক আটকঙিয়া জংচনৰ ১নং প্লেটৰ্ফমত আজি আবেলি ৰঙিয়া ৰেল আৰক্ষীৰ এক অভিযানত প্ৰায় লক্ষাধিক টকাৰ বৈধ নথি-পত্ৰ হীন বিদেশী চিগাৰেট জব্দ কৰে ৰেল আৰক্ষীয়ে । সূত্ৰ মতে মণিপুৰৰ পৰা তিনি সহস্ৰাধিক পেকেট অবৈধ বিদেশী …

অধিক »