শেহতীয়া খবৰ
Home / চিত্ৰ-সংবাদ

চিত্ৰ-সংবাদ

‘মই শ্বাহৰুখ খান হ’ব খোজোঁ’

মনে প্ৰাণে অভিনয় ভালপোৱা এজন ল’ৰা। দুচকুত অযুত সপোন, বুকুত সাগৰসম হেঁপাহ বান্ধি অভিনয়ৰ যোগেদি প্ৰতিষ্ঠিত হোৱাৰ লক্ষ্যৰে এখন অখ্যাত গাঁৱৰ পৰা গুচি আহে গুৱাহাটি মহানগৰলৈ। গুৱাহাটিলৈ আহি কি পায়, কি হেৰুৱাই তাৰ মৰ্মস্পৰ্শী কাহিনীৰ ফচল হিমাংশু প্ৰসাদ দাসৰ নাট ‘মই শ্বাহৰুখ খান হ’ব খোজোঁ’। অহা ১২ চেপ্তেম্বৰত ৰঙিয়াৰ ঐতিহ্যমণ্ডিত …

অধিক »

যোৰহাটত আজপ ঘটনা

বতাহ-ধুমুহা নহাকৈয়ে পথৰ ওপৰতে উঘালি পৰিল যোৰহাট জে, বি ৰ’ডৰ পুৰণি বৃহৎ গছ। কথমপি ৰক্ষা পৰিল যোৰহাট জে বি ৰডৰ বাসিন্দা আৰু পথচাৰী। নেকিব আহমেদৰ প্ৰতিবেদন, অসম লাইভ, যোৰহাট,১২ আগষ্টঃ কোনো বতাহ-ধুমুহা নহাকৈয়ে আজি পুৱা যোৰহাট জে, বি, ৰডৰ এ,কে, বৰুৱাৰ ব্যক্তিগত চিকিৎসা কেন্দ্ৰ সন্মুখৰ পথৰ ওপৰতে উঘালি পৰিল দুশ …

অধিক »

ফ্লাই উংইচ মাৰ্কেটিং ইন্টাৰনেশ্বনেল কোম্পানীৰ নৰ্থ ইষ্ট টীম লিডাৰ এৱাৰ্ড মহম্মদ গোলফামলৈ

ৰঙিয়াৰ পৰা ৰছিদুল আলমৰ ৰিপোৰ্ট অসম লাইভ 26 জুলাই.: শাৰীৰিক বাধাগ্ৰস্ততাই যে সফলতাৰ হেঙাৰ হ’ব নোৱাৰে তাৰেই প্ৰমাণ কৰি দেখুৱালে ৰঙিয়াস্থিত গ্ল’বেল কম্পিউটাৰ ইনচটিটিউচনৰ স্বত্বাধিকাৰী মহম্মদ গোলফামে।বিভিন্ন ক্ষেত্ৰত নিজৰ দক্ষতাৰে জনমানসৰ মন মুহিবলৈ সক্ষম হোৱা মহম্মদ গোলফামলৈ ফ্লাই উইংচ্ মাৰ্কেটিং ইন্টাৰনেশ্বনেল কোম্পানীয়ে 2018 বৰ্ষৰ উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্বশ্ৰেষ্ঠ টিম লিডাৰ এৱাৰ্ডৰ সন্মান …

অধিক »

স্বৰ্ণ জয়ী হিমা দাসলৈ সম্বৰ্ধনা জ্ঞাপন

দৰঙৰ পৰা মংগলদৈ ৰ অৱসৰী শিক্ষক হৰেশ্বৰ বৰাৰ নেতৃত্বত স্বৰ্ণ জয়ী হিমা দাসলৈ সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ গল নগাঁওৰ ধিং লৈ এটা সজাতি দল ক হিমা দাসৰ গৃহত পিতৃ মাতৃৰ লগত অংকুশিতাৰ পিতৃ মাতৃৰ আৱেগিক আলিংগন ধিঙৰ কান্দুলীমাৰীত। অসম লাইভ , মংগলদৈ ৰ পৰা নিৰঞ্জন শইকীয়াঃ বিশ্ব এথলেটিকচ চেম্পিয়নচিপত ২০ বছৰ …

অধিক »

ৰঙিয়াৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ হাইৱে’ চকত আজি সন্ধিয়া এজন অচিনাক্ত ব্যক্তিৰ মৃতদেহ উদ্ধাৰ

ৰঙিয়াৰ পৰা ৰছিদুল আলম, অসম লাইভ, 20 জুলাই: ৰঙিয়াৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ হাইৱে’ চকত আজি সন্ধিয়া এজন অচিনাক্ত ব্যক্তিৰ মৃতদেহ উদ্ধাৰ হয় ৷ মৃত লোকজনৰ অনুমানিক বয়স প্ৰায় ৪৫ বছৰ হ’ব । পিন্ধনত চেক ছাৰ্ট আৰু ক’লা পেন্ট পৰিহিত লোকজনক প্ৰথমে জীৱিত অৱস্থাত থকা বুলি আৰক্ষীয়ে ৰঙিয়া অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি …

অধিক »

দৰং জিলা প্ৰধানমন্ত্ৰী কৌশল কেন্দ্রত ৰোজগাৰ মেলা

অসম লাইভ, মংগলদৈঃ দৰং জিলা প্ৰধানমন্ত্ৰী কৌশল কেন্দ্ৰত প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনাৰ জৰিয়তে প্ৰশিক্ষণ গ্ৰহন কৰা যুৱক যুৱতী সকলক সংস্থাপন দিয়াৰ উদ্দেশ্যে মংগলদৈ থকা দৰং জিলা প্ৰধানমন্ত্ৰী কৌশল কেন্দ্ৰত ৰোজগাৰ মেলা অনুষ্ঠিত কৰে । সাত টা আগশাৰী কোম্পানীক আমন্ত্ৰণ জনাই আয়োজন কৰা ৰোজগাৰ মেলা উদ্বোধন কৰে মংগলদৈ পৌৰ সভাৰ সভাপতি …

অধিক »

ৰঙিয়াৰ বিভিন্ন ঠাইত বাটৰ নাট চাইল্ড ৰাইটছ এণ্ড ইউৰ

ৰঙিয়াৰ পৰা ৰছিদুল আলম, অসম লাইভ, 16 জুলাই: জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে চাইল্ড ৰাইটছ এণ্ড ইউৰ সহযোগত গ্ৰাম্য বিকাশ মঞ্চৰ উদ্যোগত শিশু প্ৰকল্পৰ অধীনত শিক্ষাৰ অধিকাৰৰ লগতে বিভিন্ন বিষয় সম্পৰ্কে আজি ৰঙিয়াৰ একাংশ ঠাইত বাটৰ নাট অনুস্থিত হয় । ৰঙিয়াৰ বৰদোঙা বটাকুছি, নিটেনী, 1 নং ধুহি, লাচি বিঞ্চুপুৰ, …

অধিক »

গুৱাহাটী লৈ সতীৰ্থ মহামিলন আৰু সংকল্প যাত্রা ২৬ বিলাসীপাৰা পশ্চিম সমষ্টিৰ যুৱ কংগ্ৰেছৰ

বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ প্ৰতিবেদন , ১৫ জুলাই:- অসম প্ৰদেশ যুৱ কংগ্ৰেছ কমিটিৰ উদ্যোগত আয়োজিত সতীৰ্থ মহামিলন আৰু সংকল্প অনুষ্ঠান উদ্দীপন দুৰ্জেয অভিযান, কংগ্ৰেছ নজোয়ান গুৱাহাটী লৈ ২৬ বিলাসীপাৰা পশ্চিম সমষ্টিৰ যুৱ কংগ্ৰেছৰ। উক্ত যাত্ৰা পথত সাংবাদিকৰ আগত সাক্ষাতকাৰত বিলাসীপাৰা পশ্চিম সমষ্টিৰ যুৱ কংগ্ৰেছৰ সভাপতি ছাফিজুৰ ৰহমানে (আলকাছ) মহামিলন আৰু …

অধিক »

যিকোনো মুহূৰ্তত আপোনাৰ ছিম (SIM)-ও হ’ব পাৰে ছ্যাপ (SWAP)। ৰক্ষা পাবলৈ এইকেইটা কথা মনত ৰাখিব।

চুলতান মাহমুদ মিৰ্ধা শেহতীয়াভাৱে অতি উদ্বেগজনকভাৱে বৃদ্ধি পাইছে অনৈতিকভাৱে SIM SWAPING-ৰ ঘটনা। কি এই ছিম ছ্যাপ, ইয়াৰ দ্বাৰা আপুনি কেনেকৈ ক্ষতিগ্ৰস্ত হ’ব পাৰে, ইয়াৰ পৰা কেনেকৈ হাস সাৰিব পাৰে ইত্যাদি প্ৰশ্নৰ উত্তৰ এই প্ৰবন্ধত আলোচনা কৰাৰ প্ৰয়াস কৰিছো। ছিম ছ্যাপ হৈছে আপোনাৰ নম্বৰ সলনি নকৰাকৈ ছিম সলনি কৰি লোৱা। আমি …

অধিক »