শেহতীয়া খবৰ
Home / আঞ্চলিক

আঞ্চলিক

কংগ্ৰেছে কথা কৈ ভাল পায়,বিজেপিয়ে কাম কৰি দেখুৱায়,কথাৰে নহয় বন্ধু,কামেৰে পৰিচয় দিয়াঃমুখ্যমন্ত্ৰী

সুদীৰ্ঘ সাতত্ৰিশ বছৰে পৰিত্যক্ত ৰূপসী বিমানবন্দৰ পুণৰ নিৰ্মাণ আৰু বিকাশৰ শিলান্যাস মুখ্যমন্ত্ৰী সৰ্বানন্দৰ । কংগ্ৰেছে কথা কৈ ভাল পায়,বিজেপিয়ে কাম কৰি দেখুৱায়,কথাৰে নহয় বন্ধু,কামেৰে পৰিচয় দিয়াঃমুখ্যমন্ত্ৰী ২০১৯ত বিজেপিয়ে অসমত ১২ খন,বিপিএফ আৰু কংগ্ৰেছে এখনকৈ লোকসভাৰ আসন লাভ কৰিব:হাগ্ৰামাৰ ভৱিষ্যৎবাণী কোকৰাঝাৰ, ২২ ফেব্ৰুৱাৰী:- ১৯৬২ চনত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত সৈনিকৰ সুবিধাৰ বাবে …

অধিক »

ফেকামাৰীৰ আস্কাৰ আলী মুম্বাইত গৈ নিৰুদ্দেশ ,পৰিয়ালবৰ্গৰ হাহাকাৰ অৱস্থা

হাটশিঙিমাৰীৰ পৰা খাইৰুজ্জামান ৰাছেলৰ ৰিপৰ্ট ,২১ ফেব্ৰুৱাৰীঃ দঃশালমাৰা মানকাচৰ জিলাৰ দঃশালমাৰা থানাৰ অধীনস্থ ৰঘুপাৰা গাৱঁৰ ৫৫ বছৰীয়া আস্কৰ আলী মুম্বাইত গৈ নিৰুদ্দেশ হৈছে ৷ জানিব পৰা মতে, ব্যক্তিজন যোৱা ১৪ ফেব্ৰুৱাৰী ৰঘুপাৰা নিজ বাসগৃহৰ পৰা মুম্বাইলৈ গৈছিল তাত গৈ HS Hotel Shalimar Two , Ground Floor , 97, Zakaria Mosjid, …

অধিক »

“বিদ্যালয় এখন মন্দিৰ” সেই উদ্দেশ্য আগত ৰাখি একাংশ শিক্ষকে গ্ৰহণ কৰিলে প্ৰসংশনীয় পদক্ষেপ

বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ প্ৰতিবেদন,২১ফেব্ৰুৱাৰী:– প্ৰাথমিক বিদ্যালয় , মাধ্যমিক বিদ্যালয়, উচ্চতৰ মাধ্যমিক বিদ্যালয়, চৰকাৰী বা বেচৰকাৰী দূৰ্নীতি মুক্ত হিচাপে বিদ্যালয়ক গঢ় দিয়াৰ প্ৰচেষ্টা বিৰল থকাৰ প্ৰমাণ কৰিলে নামনি অসমৰ ধুবুৰী জিলা ৰ বিলাসীপাৰা মহকুমা শিক্ষাখণ্ডৰ অন্তৰ্গত ১৯০২নং মাজপাৰা প্ৰাথমিক বিদ্যালয়ৰ সমূহ শিক্ষা গুৰু সকলে । সাংবাদিকৰ দল এটাই আকস্মিক ভাবে …

অধিক »

পাকিস্তান মুৰ্দাবাদেৰে কালাপানীত উত্তাল প্ৰতিবাদ

ডিজিটেল সংবাদ, মানকাচৰ, ১৭ ফেব্ৰুৱাৰীঃ  আজি দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ কালাপানীত জেষ্ঠ্য বিজেপি নেতা জাহানগীৰ আলম মণ্ডল, সমাজ কৰ্মী ৰানা সাহা আৰু কৃষ্ণ চন্দ্ৰ সাহাৰ নেতৃত্বত যোৱা ১৪ ফেব্ৰৱাৰীত জম্মুৰ পুলৱামাত সন্ত্ৰাসবাদীৰ আক্ৰমনত নিহত হোৱা ৪৪ জন বীৰ শ্বহীদ জোৱানৰ হত্যাৰ প্ৰতিবাদত এখন প্ৰতিবাদী সমদল উলিয়ায় ।  ভাৰত মাতা কি …

অধিক »

ৰুহিংগিয়া বিষয়ত চিঠি লিখা দাৰুল উলুমক তনজিম মাদাৰিছৰ শ্ব’কজ

Axom Live.নীলবাগান, 15 ফেব্ৰুৱাৰী: ম্যানমাৰৰ পৰা মৰিগাঁও জিলাৰ মৈৰাবাৰীলৈ অহা ৰুহিংগিয়া মুছলমানৰ এটি দলক সাহায্য আগবঢ়াবলৈ ‘জামিয়া ইছলামিয়া দাৰুল উলুম মৈৰাবাৰী’ মাদ্ৰাছাৰ পেডত লিখা এখন চিঠিয়ে প্ৰতিক্ৰিয়া সৃষ্টি কৰাৰ পিছত উক্ত মাদ্ৰাছাখনলৈ কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছে বেচৰকাৰী মাদ্ৰাছা সমূহৰ সংগঠন তনজিম মাদাৰিছে কৌমীয়াই৷ সংগঠনটোৰ সাধাৰণ সম্পাদক মৌলানা আব্দুল কাদিৰ …

অধিক »

কালাপানী উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰত পৰীক্ষাৰ্থীলৈ বিজেপিৰ কলম উপহাৰ , এখন সুস্হ পৰিবেশত ভাল ছাত্ৰৰ সৃষ্টি হয় : অধিবক্তা জাহাংগীৰ আলম মণ্ডল

  Axom Live , কালাপানী , 14, ফেব্ৰৱাৰী:- আজি সমগ্ৰ ৰাজ্যত অনুষ্ঠিত হৈছে হাই স্কুল আৰু হাই মাদ্ৰাছাৰ চুড়ান্ত পৰীক্ষা । ৰাজ্যৰ চুকে-কোনে বিয়পি থকা অসংখ্য ছাত্ৰ-ছাত্ৰীয়ে ভাগ লৈছে এই পৰীক্ষাত । জীৱনৰ প্ৰথমটো পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হ’বলৈ সকলোৱে আপ্ৰাণ চেষ্টা চলাইছে । প্ৰথমটো পৰীক্ষাত কিছুমান ঠাইত যদিও কিছু অপ্ৰীতিকৰ ঘটনা …

অধিক »

বিলাসীপাৰা চহৰৰ নয়াপাৰাৰ মূল পথৰ আধাৰশিলা স্থাপন কৰিলে বিধায়ক অশোক কুমাৰ সিংহী দেৱ

বিলাসীপাৰা ২১ জানুৱাৰী:- ধুবুৰী জিলাৰ বিলাসীপাৰা চহৰৰ নয়াপাৰা গাঁৱৰ মূল পথৰ আধাৰশিলা স্থাপন কৰিলে পূব সমষ্টিৰ বিধায়ক মাননীয় অশোক কুমাৰ সিংহী দেৱে। উক্ত কাৰ্য্যক্ৰমক লক্ষ্য কৰি অনুষ্ঠিত হয় এক সভা। সভাত উপস্থিত থাকে বিলাসীপাৰা মহকুমাৰ মহকুমাধিপতি ৰোহন কুমাৰ ঝা , বিধায়ক অশোক কুমাৰ সিংহী আৰু পশ্চিম অসম মন্ডল , ধুবুৰী …

অধিক »

হোজাইত ২৪ ঘণ্টাৰ বাবে পথবন্ধ কৰিব লামডিং ৰেল ডিভিজনে

হোজাইত ২৪ ঘণ্টাৰ বাবে পথবন্ধ কৰিব লামডিং ৰেল ডিভিজনে। উত্তৰ পূব সীমান্ত ৰেলৰ লামডিং ডিভিজনৰ অভিযন্তা শাখাই শনিবাৰে নিশা ৯ বজাৰ পৰা ৰবিবাৰৰ নিশা ন বজালৈকে হোজাই আৰু পশ্চিম কাৰ্বিআংলং জিলা সংযোগী পথ বন্ধ ৰখাৰ চিন্তা চৰ্চাৰে ৰেল বিভাগে হোজাই প্ৰশাসনলৈ এখন পত্ৰ প্ৰেৰণ কৰে । ৰেল বিভাগে পত্ৰ খনত …

অধিক »

আগন্তক পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছৰ জয়লাভ নিশ্চিত মানকাচৰত: বিধায়ক ড: মতিউৰ ৰহমান মণ্ডল

হাটশিঙীমাৰীৰ পৰা ৰাকিবুল হাছান , 4 নবেম্বৰ :  ন্যায়ালয়ৰ নিৰ্দেশনাৰ পিছত অসম চৰকাৰে পঞ্চায়ত নিৰ্বাচন পাতিবলৈ বাধ্য হৈ অসমৰ নিৰ্বাচন আয়োগে নিৰ্বাচনৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে ৷ সমাগত পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজনৈতিক দল সমূহৰ মাজতো তৎপৰতা দেখা পোৱা গৈছে ৷ কংগ্ৰেছৰ দখলত থকা ২১ নং মানকাচৰ বিধান সভা সমষ্টিত …

অধিক »

বিলাসীপাৰাত ভয়াবহ পথ দুৰ্ঘটনা- বাইক আৰোহী এজন থিতাতে মৃত্যু আৰু এজন গুৰুতৰ ভাবে আহত

বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ প্ৰতিবেদন,অসম•লাইভ,৪ নৱেম্বৰ:- ধুবুৰী জিলাৰ বিলাসীপাৰা ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ গৌৰাং নগৰত এক ভয়াবহ পথ দুৰ্ঘটনা সংঘটিত হয়। জানিব পৰা মতে আজি প্ৰায় দুপৰীয়া ১.৩০ বজাত আন্দুৰঝাৰ ২য় খণ্ড গাঁৱৰ মৃত্য আলহাজ আব্দুল মজিদৰ পুত্র নুৰ মহম্মদ আলীয়ে নিজ ঘৰৰ পৰা বাইকৰে ভাগিনী স্বামীক লৈ বিলাসীপাৰা অভিমুখে …

অধিক »